সুভদ্ৰা কুমাৰী চৌহান
সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত। তেখেতৰ অন্যান্য কবিতাসমূহ হ'ল- "জালিয়ানওয়ালাবাগৰ বসন্ত", "বীৰন কা কেইসা হো বসন্ত", "ৰাখি কি চুনৌটি আৰু বিধা" ইত্যাদি। তেখেতৰ কবিতাৰে ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰাণিত কৰিছিল। তথ্য উৎস
বাহ্যিক সংযোগ |