সদস্য বাৰ্তা:Rumi Borah~aswiki
— গীতাৰ্থ বৰদলৈ (talk) 07:59, 25 এপ্ৰিল 2013 (UTC) -ধন্যবাদ। ৰুমী বৰা (talk) 18:19, 7 জুলাই 2013 (UTC) তথ্য সূত্ৰআপুনি পৰিবেশ অধ্যয়ন সম্বন্ধীয় প্ৰবন্ধকেইটা সৃষ্টি কৰাৰ বাবে ধন্যবা। কিন্তু শেষত তথ্য সূত্ৰ দিওঁতে প্ৰবন্ধৰ নাম, লেখকৰ নাম উল্লেখ কৰাৰ লগতে আলোচনীখনৰ মাহ, বৰ্ষ, পৃষ্ঠাৰ সংখ্যা আদিও উল্লেখ কৰিব। তেতিয়া প্ৰবন্ধটো বেছি বিশ্বাসযোগ্য হয়। তথ্যসূত্ৰ দিওঁতে তলত দিয়া ধৰণে দিব পাৰে। তথ্যসূত্ৰসমূহ প্ৰবন্ধটোৰ মাজে মাজে ব্যৱহাৰ কৰিলে বেছি ভাল হয়।
পুৰস্কাৰ
কুঁহিয়াৰকুঁহিয়াৰৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ চাব। প্ৰভাকৰ শৰ্মা নেওগ (talk) 16:11, 24 নৱেম্বৰ 2013 (UTC) ধন্যবাদআপুনি বৰ ভাল কাম কৰি আছে। "পদক" দি সৰু নকৰি অন্তৰৰপৰা ধন্যবাদকে দিলোঁ। লাগি থাকে যেন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 05:02, 26 নৱেম্বৰ 2013 (UTC) ধন্যবাদ,যিমান পাৰো চেষ্টা কৰি আছোঁ। ভুল হ'লে দেখুৱাই দিয়ে যেন। Rumi Borah (talk) 15:29, 26 নৱেম্বৰ 2013 (UTC) কৰ্দ্দৈকৰ্দ্দৈৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:14, 20 জানুৱাৰী 2014 (UTC) হোমি জেহাঙ্গীৰ ভাভাহোমি জেহাঙ্গীৰ ভাভা -ত বাৰ্তা দিছোঁ, চাবচোন প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:49, 22 জানুৱাৰী 2014 (UTC) Your account will be renamedHello, The developer team at Wikimedia is making some changes to how accounts work, as part of our on-going efforts to provide new and better tools for our users like cross-wiki notifications. These changes will mean you have the same account name everywhere. This will let us give you new features that will help you edit and discuss better, and allow more flexible user permissions for tools. One of the side-effects of this is that user accounts will now have to be unique across all 900 Wikimedia wikis. See the announcement for more information. Unfortunately, your account clashes with another account also called Rumi Borah. To make sure that both of you can use all Wikimedia projects in future, we have reserved the name Rumi Borah~aswiki that only you will have. If you like it, you don't have to do anything. If you do not like it, you can pick out a different name. Your account will still work as before, and you will be credited for all your edits made so far, but you will have to use the new account name when you log in. Sorry for the inconvenience. Yours, 18:58, 17 মাৰ্চ 2015 (UTC) RenamedThis account has been renamed as part of single-user login finalisation. If you own this account you can log in using your previous username and password for more information. If you do not like this account's new name, you can choose your own using this form after logging in: বিশেষ:GlobalRenameRequest. -- Keegan (WMF) (talk) 02:20, 19 এপ্ৰিল 2015 (UTC) ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানপ্ৰিয় Rumi Borah~aswiki, ২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন। ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব। প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব। নিৰ্বাচন কমিটিৰ হৈ,
2021 Wikimedia Foundation Board elections: Eligibility requirements for votersGreetings, The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page. You can also verify your eligibility using the AccountEligiblity tool. MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.) Note: You are receiving this message as part of outreach efforts to create awareness among the voters. এই মাহৰ ৱিকিপিডিয়ান: জুন ২০২১
ধন্য়বাদ Rumi Borah~aswiki (বাৰ্তা) 17:18, 1 July 2021 (ইউ.টি.চি.) দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠানপ্ৰিয় সতীৰ্থ, মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।
ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছেপ্ৰিয় Rumi Borah~aswiki, ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ ২০২২
কৰ্মশালাৰ হিৰণ্ময়ী পদক
ধন্য়বাদ থাকিল। Rumi Borah~aswiki (বাৰ্তা) 16:47, 29 November 2023 (ইউ.টি.চি.) ৱিকি গৌৰৱৱিকি গৌৰৱ
শেহতীয়াকৈ মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালা, ২০২৩ খন সফল কৰি তোলাৰ ক্ষেত্ৰত এগৰাকী সমন্বয়ক হিচাপে আপুনি যি অপূৰ্ব বৰঙণি যোগালে তাৰেই কৃতজ্ঞতা স্বৰূপে এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক, এই কামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ - দিব্য দত্ত (বাৰ্তা) 17:19, 30 November 2023 (ইউ.টি.চি.) ধন্য়বাদ থাকিল দিব্য়। - Rumi Borah~aswiki (বাৰ্তা) 17:45, 30 November 2023 (ইউ.টি.চি.) আয়োজক পদক
চাণক্য (বাৰ্তা) 13:28, 15 December 2024 (ইউ.টি.চি.) ধন্যবাদ চাণক্য। Rumi Borah~aswiki (বাৰ্তা) 16:35, 16 December 2024 (ইউ.টি.চি.) |