সদস্য বাৰ্তা:আফতাবুজ্জামানঅসমীয়া ৱিকিপিডিয়ালৈ স্বাগতমঅসমীয়া ৱিকিপিডিয়াত যোগদানৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় ইয়াৰ লগত জড়িত হৈ থাকিব আৰু আপোনাৰো অৱদানেৰে ইয়াৰ সৌষ্ঠৱ বঢ়োৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। ৱিকিপিডিয়াত বিভিন্ন বিষয়ত লিখাৰ বাহিৰেও কৰিবলগীয়া কাম অনেক আছে। বেছি সময় দিব নোৱাৰিলেও ভুল বানান শুদ্ধ কৰা, দুই এটা শব্দ ইফাল সিফাল কৰি সংশ্লীষ্ট প্ৰৱন্ধটোত প্ৰসংগ সংগতি ৰাখি সাৱলীল কৰা ইত্যাদি অনেক সৰুসুৰা কামবোৰৰো গুৰুত্ব আছে। অসমীয়া ৱিকিপিডিয়াত নিয়মীয়া লিখকৰ সংখ্যা তেনেই কম। সেয়ে কামৰ গতি লেহেমীয়া হ'লেও আমি নিজৰ মাজত ফোন, ই-মেইল, ফেচবুক আদিৰ জৰিয়তে সততে সম্পৰ্ক ৰাখোঁ। ইয়াৰে ভিতৰত ফেচবুক গ্ৰুপটো উল্লেখযোগ্য। আপুনি তাতো যোগদান কৰিলে আমাৰো ভাল লাগিব আৰু আপুনিও ৱিকিপিডিয়াৰ কাম কৰোঁতে সহায় আৰু উৎসাহ পাব। সহায়ৰ বাবে তলত দিয়া লিংক কেইটাও চাব পাৰে। ফেচবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজ নামৰ গ্ৰুপটোতো সুধিব পাৰে। বেছিভাগ ন সদস্যই ইয়াকে কৰে।ৱিকিপিডিয়াত লিখিবলৈ সহায়
ৱিকিপিডিয়াৰ সম্পাদনাৰ নিয়ম নীতি
বাংলাদেশৰ মুক্তিযুদ্ধঅসমীয়া জানেন নাকি? অসমীয়া হিসেবে আমি খুবই অনুভব করি যে বাংলার বিষয়ে আমাদের আরও জানা উচিত, বিশেষতঃ জন প্রব্রজনের পরিপ্রেক্ষিতে। প্রভাকৰ শৰ্মা নেওগ (talk) 08:07, 16 নৱেম্বৰ 2013 (UTC)
Re:সাঁচok. I'll take care of that. Thanks. — গীতাৰ্থ বৰদলৈ (talk) 08:47, 21 নৱেম্বৰ 2013 (UTC) 1 If this is the first article that you have created, you may want to read the guide to writing your first article. You may want to consider using the Article Wizard to help you create articles. A tag has been placed on সাকিব আল হাসান, requesting that it be speedily deleted from Wikipedia. This has been done under section A2 of the criteria for speedy deletion, because the article appears to be a foreign language article that was copied and pasted from another Wikimedia project, or was transwikied out to another project. Please see Wikipedia:Translation to learn about requests for, and coordination of, translations from foreign-language Wikipedias into English. If you think that the page was nominated in error, contest the nomination by clicking on the button labelled "Click here to contest this speedy deletion" in the speedy deletion tag. Doing so will take you to the talk page where you can explain why you believe the page should not be deleted. You can also visit the page's talk page directly to give your reasons, but be aware that once a page is tagged for speedy deletion, it may be removed without delay. Please do not remove the speedy deletion tag yourself, but do not hesitate to add information that is consistent with Wikipedia's policies and guidelines. If the page is deleted, you can contact one of these administrators to request that the administrator userfy the page or email a copy to you. বিষ্ণু শইকীয়া⇒✉ 12:20, 20 আগষ্ট 2014 (UTC) অনুবাদ"চীনের একটি গ্রাম"ৰ অসমীয়া অনুবাদ হ'ল "চীনৰ এখন গাওঁ"। চাণক্য কুমাৰ দাস (বাৰ্তা) 12:47, 10 September 2017 (ইউ.টি.চি.) |