সদস্য:Gitartha.bordoloi/Archive 1
ভাল কামৱিকিপেডিয়াত আপোনাক দেখা পাই ভাল লাগিছে | আপুনি সুন্দৰ কাম কৰি আছে | --যামিনী অনুৰাগ ০৫:২২, ২৩ ফেব্ৰুৱাৰী ২০১১ (UTC) তথ্যসূত্ৰতোমাৰ অম্বিকাগিৰি ৰাইচৌধাৰীত দিয়া লিংকটো থিক কৰি দিলোঁ৷ লিংক দিলে শেষত ==তথ্যসূত্র== এনেদৰে দিবা৷ তেতিয়া থিক হৈ যাব৷ Anjal Borah ১২:৫৬, ১৮ ফেব্ৰুৱাৰী ২০১১ (UTC) সাহিত্যসভাৰ সভাপতিঅসম সাহিত্য সভাৰ সভাপতিসকলৰ নাম মই ভৰাই দিলোঁ৷ আমি এতিয়া প্ৰত্যেকজন সাহিত্যিকৰে একোটা পৃষ্ঠা তৈয়াৰ কৰিব পাৰিম৷ তুমি মোৰ আলোচনা পৃষ্ঠাত যিকোনো বাৰ্তা দিব পাৰা৷ Anjal Borah ১১:৩৬, ২১ ফেব্ৰুৱাৰী ২০১১ (UTC) প্ৰ'ফাইলগীতাৰ্থ,তোমাৰ নামত তোমাৰ বিষয়ে লিখি এখন প্ৰ'ফাইল তৈয়াৰ কৰি ৰাখিব পাৰা৷ ফৰ্মেতটোৰ বাবে মোৰ নামটোত ক্লিক কৰি চাব পাৰা৷ ভাল লাগিব৷ -অঞ্জল মহাভাৰতমই ঠিক কৰি দিলোঁ৷ তোমাৰ references দিয়াত অলপ ভুল হৈছিল৷
নতুন প্ৰবন্ধ শ্ৰেণীআমি নতুন প্ৰবন্ধ শ্ৰেণী সৃষ্টি কৰিব নোৱাৰোঁ৷ সেইটো কোনে পাৰে তাকো নাজানো৷ তুমি ফে'চবুকৰ অসমীয়া ৱিকিপেডিয়া গোটত প্ৰশ্নটো সুধিবাচোন৷ Infobox_filmAs you translate the other template, translate the infobox film template also. http://as.wikipedia.org/w/index.php?title=%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%9A:Infobox_film&action=edit Make sure you are translating only those lines start with the word "label". Do not alter any other wiki codes. --Shijualex ২০:১৩, ১৭ জুলাই ২০১১ (UTC) স্থানান্তৰ কৰকএইটো ক'ত থাকে আজি মই বিচাৰি নাপালোঁ৷ ক'ত থাকে??? Anjal Borah ১৩:১৯, ২১ জুলাই ২০১১ (UTC) তুমি দিয়া লিংকটো ঠিকেই আছে কিন্তু মই শব্দ এটাৰ ওপৰত তেনে কোনো "স্থানান্তৰ কৰক" বিচাৰি নাপাও৷ অসমীয়াৰ এটা স্ক্ৰিনশ্ব'ট লৈ দিব পাৰিবানেকি? Anjal Borah ০৬:০৪, ২২ জুলাই ২০১১ (UTC) ইন্টাৰনেট/ইণ্টাৰনেটপ্ৰথম পৃষ্ঠাত থকা ইন্টাৰনেট লেখাত ন+ট হৈ আছে আৰু তুমি লিখা ইণ্টাৰনেট লেখাত ণ+ট হৈ আছে বাবে প্ৰথম পৃষ্ঠাৰ লেখাটো লুপ্ত হৈ আছে৷ প্ৰথম পৃষ্ঠত থকা ইন্টাৰনেট লেখাৰ ভিতৰতে আন আন লেখাবোৰ ৰাখিব পাৰিলে ভাল হ'ব৷ কিন্তু সেইটো ণ+ট কৰিব লাগিছিল৷ Anjal Borah ০৬:১৮, ২২ জুলাই ২০১১ (UTC) ইণ্টাৰনেট ৰখাটো ভাল হ'ব৷ কিন্তু প্ৰথম পৃষ্ঠাত আমি শুদ্ধ কৰিব পৰা হ'লে ভাল আছিল৷ সেইটো বৰ আহুকলীয়া কথা৷ আগতেও মানুহ শব্দটো মনুহ হৈ আছিল৷ মই বহুবাৰ কৈ তাক শুদ্ধ কৰালোঁ৷ Anjal Borah ০৮:৫১, ২২ জুলাই ২০১১ (UTC) পাকঘৰপৃষ্ঠাটো ভিতৰত আছে দেখোন - http://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80:%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%98%E0%A7%B0 কিন্তু এই পৃষ্ঠাটো প্ৰথম পৃষ্ঠাৰ "পাকঘৰ"লৈ পৰিৱৰ্তন কৰিব লাগিব৷ তুমি কৰি দিবা৷ Anjal Borah ০৬:১৪, ২৫ জুলাই ২০১১ (UTC) ৱিকিপিডিয়াত কি কৰিব নোৱাৰেৱিকিপিডিয়া কি নহয় এই নামটো ইংৰাজী নামটোৰ অনুবাদ হ'ব৷ পিছে গোটেই কথাখিনি সামৰিব পৰা এটা নাম হোৱা হ'লে ভাল আছিল৷ বা এটা নতুন নামো দিব পাৰি৷ অলপ ভাবি চাও... তুমিও ভাবা৷ "ৱিকিপিডিয়া কি নহয়" এইটো কিবা শুৱলা লগা নাই দেখোন !! Invite to WikiConference India 2011
Are you coming for WCI 2011 ? --Naveenpf ০২:৩৩, ১৯ আগষ্ট ২০১১ (UTC) Use of dandaHi Gitartha, I think you have been using the pipe (|) instead of the "dari" (।) চাইপাও ১৬:৩১, ১৮ আগষ্ট ২০১১ (UTC)
অসমৰ সংগীতকথাটো হয়৷ ঠিক কৰি দিয়া৷ মই ভবাই নহ'ল৷ Anjal Borah ১২:৩৫, ২ চেপ্তেম্বৰ ২০১১ (UTC) জয়ন্ত হাজৰিকামই পৃষ্ঠাটো মোটামুটি অনুবাদ কৰিলো। কিছুমান লিংক দিবলৈ আছে, চলচ্চিত্ৰ কেইখনমানৰ লিংক দিব লাগিব। তুমি কৰি দিবা। এতিবা বহুত ৰাতি হৈছে। টোপনি ধৰিছে মোৰ! টাইপ কোৰোঁতে বাৰে-কুৰি ভুল হৈছৈ!!!উদ্দীপতালুকদাৰ ২১:৪৩, ১৯ চেপ্তেম্বৰ ২০১১ (UTC) লক্ষ্মীনাথ বেজবৰুৱাঠিক আছে বাৰু৷ যথেষ্ট কিতাপ মোৰ হাতত আছে৷ দুই এদিনতে কৰি আছোঁ৷ Anjal Borah ০৫:৪৭, ২১ চেপ্তেম্বৰ ২০১১ (UTC)
লক্ষ্মীনাথ বেজবৰুৱাঠিক আছে বাৰু৷ যথেষ্ট কিতাপ মোৰ হাতত আছে৷ দুই এদিনতে কৰি আছোঁ৷ Anjal Borah ০৫:৪৭, ২১ চেপ্তেম্বৰ ২০১১ (UTC) শলাগিছোঁশ্রীমান গীতাৰ্থ, এজন চিকিৎসকৰ ব্যস্ততাৰ মাজতো ৱিকিপিডিয়াৰ প্রতি তোমাৰ ধাউতি আৰু একাগ্রতা দেখি অভিভুত হ'লোঁ। এইদৰে কৰ্মযোগীৰ একাগ্রতা যাতে তুমি জীৱনৰ সকলো ক্ষেত্রতে বজাই ৰাখি দোপত দোপে উন্নতি কৰি যাব পাৰাঁ, ভগৱানৰ ওচৰত প্রাৰ্থনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ Psneog ০০:০৫, ২৯ চেপ্তেম্বৰ ২০১১ (UTC) অসমআজি সেইবাবেই পৃষ্ঠাটো মেলি চাইছিলোঁ৷ আজিৰ পৰা কৰিম বুলি ভাবিছোঁ৷ শান্তনুদাই কিছু তথ্য দিছিল৷ টাইপ কৰিবলৈ অলপ সময় লাগিছে৷ Anjal Borah ১০:২৭, ৩ অক্টোবৰ ২০১১ (UTC) চলচ্চিত্ৰধন্যবাদ গীতাৰ্থ দা। মই যিমান পাৰোঁ এই বিভাগত তথ্য সংযোগ কৰি যাম। অম্লান ১৪:৩১, ৪ অক্টোবৰ ২০১১ (UTC) অসমীয়া ভাষাঅসমীয়া ভাষা পৃষ্ঠাখন সম্পাদনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। চন্দ্রকান্ত অভিধান চাই অলপ অচৰপ অনুবাদ কৰিলোঁ। অনুবাদ কৰা প্রায়খিনিৰেই ইংৰাজী অংশখিনি মচি পেলোৱা নাই, কোনো ব্যাকৰণ চাই শুদ্ধ বুলি প্রমাণ পালে মচি পেলাব পৰা যাব। Mouchumi ২২:৪৫, ১১ অক্টোবৰ ২০১১ (UTC) ........................ মই ঘৰত কিছু লিখা আৰম্ভ কৰিছিলোঁ৷ অলপ সময় লাগিব৷ টাইপ কৰিবলৈ সময় পোৱা নাই৷ তথাপি আন কোনোবাই কৰিলে কৰিব পাৰে৷ Anjal Borah 04:53, 12 অক্টোবৰ 2011 (UTC) Assamese typing bannerমই কৰিলোঁ নেকি? যদি কৰিলোঁ কিবা ভুলতেহে কৰিলোঁ চাগৈ, চাম, ঠিক কৰিম। প্রভাকৰ শৰ্মা নেওগ 11:15, 12 অক্টোবৰ 2011 (UTC) 2011 Indian Anti- corruption Movementইয়াৰ অসমীয়া কি হ'ব পাৰে বাৰু? হিন্দীত जन लोकपाल विधेयक आंदोलन २०११ বুলি লিখিছে, সেইবাবে অৰবিন্দ কেজৰিৱাল পৃষ্ঠাত মই জন লোকপাল বিধেয়ক আন্দোলন, ২০১১ বুলি লিখিলোঁ। পিছে আন্না হাজাৰে পৃষ্ঠাত দুৰ্নীতি-বিৰোধী আন্দোলন বুলিহে লিখা দেখা পালোঁ। দুৰ্নীতি-বিৰোধী আন্দোলনটো খাপ খাব যেন লাগিছে, কি কৰা উচিত, any idea? --Mouchumi 09:43, 13 অক্টোবৰ 2011 (UTC) সৌৰভ কুমাৰ চলিহাঅ'হ ছবিখন জানি শুনিয়েই আতঁৰোৱা বুলি নাজানিছিলোঁ । ঠিক আছে তেন্তে ছবিখন আতঁৰাই দিছো। পিছফালৰ পৰা তোলা ছবিখন ৰাখিম জানো। মোৰ বোধেৰে খালীয়েই ৰখা ভাল হ'ব নেকি?--Mouchumi 10:58, 15 অক্টোবৰ 2011 (UTC) Side অৰ পৰা তোলা এখন বিচাৰি পাইছো। --Mouchumi 11:17, 15 অক্টোবৰ 2011 (UTC) চন্দ্ৰকুমাৰ আগৰৱালা vs আনন্দ চন্দ্ৰ আগৰৱালাআনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ ছবি দুখন একে হৈ থাকিল। ছবিখন আচলতে কোনজন ব্যক্তিৰ verify কৰিব পৰা যাব নেকি? মই আনন্দ চন্দ্ৰ আগৰৱালাৰ ছবিখন http://tezpuronline.in/link_page/fam_pep.html এই link টোত পাইছিলোঁ। এতিয়া কাকনো বিশ্বাস কৰোঁ। নে দুই ঠাইতে ছবি আতঁৰাই থওঁ ?--Mouchumi 11:17, 15 অক্টোবৰ 2011 (UTC)
An Invite to join the Wikimedia India Chapter
--Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC) সাবধান!! Achtung!!ইনফ'বক্স - বিশেষকৈ মেপ চেপ থকাবোৰ ..... সাবধান!!! মই কালি মন্দিৰটো ঠিক কৰিবলৈ বাহিৰৰপৰা একস্পাৰ্ট মাতিবলগীয়া হৈছে!!
প্রভাকৰ শৰ্মা নেওগ 23:19, 24 নভেম্বৰ 2011 (UTC) ইনফ'বক্সমই তোমাৰ কথা কোৱা নাই, অম্লানে কৰিছিল। মই তেতিয়া বোলো ছেগতে ৰাইজকো কৈ থওঁ। আগতে এজনে (নামটো নকওঁ) টাইটল বোৰ সলনি কৰি দিয়া কিছুমানে বৰ লটি ঘটি খুৱাইছে। যোৱা সপ্তাহ লাগি লাগি ক'ৰ্ডিনেট চিষ্টেমবোৰ ঠিক কৰিলোঁ।
কিন্তু আমাৰ নিয়মবোৰ অলপ এডপ্ত কৰি লবই লাগিব। সিহঁতৰ কন্ট্রবিউটৰ বেছি কাৰণে নিয়মবোৰ ফৰ্মেল। মল্লুকেইটাক লৈ দিল্লিত জইন্ট ছেশ্যন এটা কৰিলে কেনে হয়, ধৰা জানুৱাৰীত?
বাৰ্তা তেজপুৰতেজপুৰৰ বাৰ্তাটি পঢ়িলো| ভাল কৰিলা| বাকীকেইখন জিলাৰ সদৰবোৰ তুমি চাইছিলা নে? বেটুপাতৰ বিস্তৃত সূচীPlease check this and give your feedback. মামণি ৰয়চম গোস্বামীবাৰ্তা:মামণি ৰয়চম গোস্বামী চাবা প্রভাকৰ শৰ্মা নেওগ 05:53, 30 নভেম্বৰ 2011 (UTC) খেলিমেলিসেইদিনা প্ৰভাকৰ দাৰ লগত মো এনে হৈছিল| আজি তোমাৰ লগতো হ’ল| ভূপেন হাজৰিকা পৃষ্ঠাটোত বানান বোৰ শুদ্ধ আৰু অন্যান্য সম্পাদনা কৰি উঠি Save কৰিব নোৱাৰিলো| সৱ অসাৰ হ’ল| এনেধৰনৰ গণ্ডগোলবোৰ সোনকালে আতঁৰ কৰাটো ভাল| Bishnu Saikia বিষ্ণু শইকীয়া 17:51, 3 ডিচেম্বৰ 2011 (UTC) জ্যামিতিইয়াত চোৱা: Wikipedia:জ্যামিতি প্রভাকৰ শৰ্মা নেওগ 17:42, 14 ডিচেম্বৰ 2011 (UTC) Infobox Royeltyসংশ্লিষ্ট /doc চাবপেজটোও কপী কৰি দিয়াঁ। লগত ইন্টাৰৱিকি লিংক কেইটাও ফিক্স কৰিবলৈ নাপাহৰিবাঁ। প্রভাকৰ শৰ্মা নেওগ 08:18, 31 ডিচেম্বৰ 2011 (UTC) Check my wallমোৰ ৱাল চোৱাঁ প্রভাকৰ শৰ্মা নেওগ 12:30, 31 ডিচেম্বৰ 2011 (UTC) |