শান্তনু ভাগ্যৰাজ |
---|
শান্তনু ভাগ্যৰাজৰ প্ৰতিকৃতি |
জন্ম |
২৪ আগষ্ট, ১৯৮৫ চেন্নাই, তামিল নাডু, ভাৰত |
---|
পেচা |
চলচ্চিত্ৰ অভিনেতা |
---|
সক্ৰিয় হৈ থকা সময় |
১৯৯৮ - বৰ্তমানলৈ |
শান্তনু ভাগ্যৰাজ (তামিল: சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
ফিল্মোগ্ৰাফী
বৰ্ষ |
ছবি |
চৰিত্ৰ |
ভাষা |
টোকা
|
১৯৯৮ |
ভেট্টিয়া মদিছু কট্টু |
সনু |
তামিল |
শিশু শিল্পী
|
২০০৮ |
সক্কৰকট্টি |
যুবৰাজ |
তামিল |
বিজেতা, ফিল্মফেয়াৰ দাক্ষিণাত্য শ্ৰেষ্ঠ নবাগত বিজেতা, বিজয় বঁটা শ্ৰেষ্ঠ নবাগত বিজেতা, আই টি এফ এ নতুন অভিনেতা বঁটা
|
২০০৯ |
এঞ্জেল জ'ন |
মাৰাডোনা |
মালায়লম |
|
২০১০ |
আইৰম ভিলক্কু |
|
তামিল |
|
সাৰে নী ইস্তম |
|
তেলেগু |
|
সিদ্ধু + ২ ফাৰ্ষ্ট এটেম্ট |
|
তামিল |
|
২০১১ |
সুভৰিল্লঠ চিঠিৰং |
|
তামিল |
|
কন্দেইন |
|
তামিল |
|
বাহ্যিক সংযোগ