মৃত্যুমৃত্যু (ইংৰাজী: Death) হৈছে এনে এটা অৱস্থা য'ত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চিকাৰ, অপুষ্টি, ৰোগ, আত্মহত্যা, হত্যা, আকাল, জলাভাৱ, আৰু দুৰ্ঘটনা অন্য আঘাত যাৰ বাবে চূড়ান্ত আভ্যন্তৰিণ ক্ষতি আদিৰ বাবে জীৱৰ মৃত্যু হ'ব পাৰে। মৃত্যুৰ ঠিক পিছৰে পৰা জীৱদেহ পচিবলৈ আৰম্ভ কৰে। মৃত্যুক সাধাৰণতে দূখজনক বা বেয়া ঘটনা বুলি বিবেচনা কৰা হয়, কাৰণ মৃত্যুৰ পিছত মৃতক জনৰ লগত থকা সকলো আবেগিক বান্ধোনৰ অন্ত পৰে, বা মৃত্যুৰ ভয়, নেক্ৰ'ফ'বিয়া, দূঃচিন্তা, দূখ, শোক, আবেগিক বেদনা, অৱসাদ, সহানুভূতি, দয়া, নিঃসংগতা, বা নিৰুদ্দেশ। মৃত্যুৰ চিহ্নসমূহএটা উষ্ম তেজৰ জীৱৰ মৃত্যুৰ চিহ্ন বা লক্ষণবোৰ হৈছে:
তথ্য সংগ্ৰহ |