বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।[1] শিক্ষা আৰু কৰ্মজীৱনতেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ১৯৭০ চনত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰিছিল। তেখেতেৰ গৱেষণাপত্ৰখনৰ শীৰ্ষক আছিল-Some New Results in PBIBD Designs and Combinatorics। এছ. এছ. শ্ৰীখাণ্ডে আছিল তেখেতৰ গৱেষক।[2] ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে বিশ্ববিদ্যালয়খনতে গণিত বিভাগৰ অধ্যাপকৰ পদত অধিষ্ঠিত হয়। আৰু পৰৱৰ্তী পৰ্যায়ত বিভাগৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয়। [3] তেখেতৰ অধীনত বিজয় জনাৰ্দন অভয়ংকৰ, য়হা টলেমি ৰুষ্টমীয়ে গৱেষণা কৰি বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰিছিল। [4] তথ্যসূত্ৰ
|