প্ৰণবিৰাম বৰুৱা

প্ৰণবিৰাম বৰুৱা
জন্ম ১৯৩৮
সোণাৰি
ৰাষ্ট্ৰীয়তা হিন্দু
নাগৰিকত্ব ভাৰতীয়

প্ৰণবিৰাম বৰুৱা (ইংৰাজী: Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী। [1]

জম্ম

প্ৰণবিৰাম বৰুৱা জন্ম ১৯৩৮ চনত সোণাৰিত হয়। [2]

শিক্ষা

কৰ্মজীৱন

  • তেখেতে আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, তথা কণ্ঠশিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>
  • চিৰাজ আৰু একপল(হিন্দী) ছবি দুখনত অভিনয় কৰিছিল।

[3]

  • চিৰাজ আৰু মিৰিজীয়ৰী ছবি দুখনত ভূপেন হাজৰিাদেৱৰ লগত সহকাৰী হিচাপে সঙ্গীত পৰিচালনা কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>

গ্ৰন্থৰাজি

তথ্যসূত্ৰ

  1. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮
  2. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠ নং ২৮৮
  3. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮