পাব্ল' ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ' বা চমুকৈ পাব্ল' পিকাছ' (২৫ অক্টোবৰ, ১৮৮১- ৮ এপ্ৰিল, ১৯৭৩) আছিল এজন স্পেইনৰ চিত্ৰশিল্পী, নক্সাবিদ আৰু ভাস্কৰ্য্যশিল্পী। তেওঁ জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কটাইছিল। কিউবিজম বিপ্লৱৰ এজন সহ-প্ৰতিষ্ঠাপক হিছাপে আৰু বিভিন্ন শৈলীৰ বিকাশ তথা প্ৰসাৰৰ বাবে তেওঁ জনাজাত।[2][3] তেওঁৰ বিখ্যাত চিত্ৰসমূহৰ ভিতৰত কিউবিজমৰ প্ৰভাৱ থকা লা ডেম’ইচেলেছ ডি এভিগন’ন আৰু গুৱেৰ্নিকা উল্লেখযোগ্য।
পিকাছ', হেনৰী মেটিশ্ব আৰু মাৰ্চেল দুচাঁক বিংশ শতিকাৰ প্ৰথমভাগত প্লাষ্টিক কলাৰ বৈপ্লৱিক বিকাশ ঘটোৱা তিনিজন শিল্পী বুলি কোৱা হয় যি চিত্ৰশিল্প, ভাস্কৰ্য, প্ৰিণ্টমেকিং আৰু চেৰামিক্ছৰ জগতলৈ আমূল পৰিৱৰ্তন আনিছিল।[4][5][6][7]
জীৱন
ডন জ'ছ ৰুইজ ব্লাস্ক' আৰু মাৰিয়া পিকাছ' লোপেজৰ প্ৰথম সন্তান পিকাছ'য়ে সৰুকালৰেপৰাই চিত্ৰকলাৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। প্ৰথম অৱস্থাত বাস্তৱিক ৰূপৰ ছবি অঁকাৰ পিছত বেলেগ বেলেগ তত্ত্ব, কৌশল আৰু ভাৱৰ ফলস্বৰূপে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰাই তেওঁৰ শৈলী সলনি হ’বলৈ ধৰে। চিত্ৰকলা আৰু ভাস্কৰ্য্যশিল্পৰ জগতত তেওঁৰ বৈপ্লৱিক কৃতিত্বৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰে আৰু বিংশ শতিকাৰ এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিছাপে প্ৰতিষ্ঠা লাভ কৰে।
কৰ্ম
ভাস্কৰ্যশিল্পী আৰু প্ৰিণ্টনিৰ্মাতা হিচাপেও কাম কৰা পিকাছ'ৰ প্ৰধান মাধ্যম আছিল পেইণ্টিং। তেওঁ সাধাৰণতে স্মৃতিৰ সহায়ত ছবি আঁকিছিল আৰু জীৱনজুৰি ভিন ভিন শৈলী চেষ্টা কৰিছিল। অভিব্যক্তিৰ উপাদান হিচাপে ৰং ব্যৱহাৰ কৰা সত্ত্বেও ফৰ্ম আৰু স্পে'ছৰ সৃষ্টিৰ বাবে তেওঁ ৰঙৰ সলনি ৰেখাচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। আৰ্গন ৰাষ্ট্ৰীয় গৱেষণাগাৰৰ বিজ্ঞানীয়ে ২০১২ পিকাছ'ৰ The Red Armchair (১৯৩১) ছবিখনৰ নেন'প্ৰ'ব পৰীক্ষা কৰি চিত্ৰ ইতিহাসবিদসকলৰ এই বিশ্বাসক দৃঢ় কৰে যে পিকাছ'ই তেওঁৰ বহু ছবিত সাধাৰণ ঘৰুৱা ৰং ব্যৱহাৰ কৰিছিল।[8]
পাদটীকা
তথ্যসূত্ৰ
- Becht-Jördens, Gereon; Wehmeier, Peter M. (2003). Picasso und die christliche Ikonographie: Mutterbeziehung und künstlerische Position. প্ৰকাশক Berlin: Dietrich Reimer Verlag. ISBN 9783496012726. http://books.google.com/books?id=vRzFAAAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010. [সংযোগবিহীন উৎস]
- Berger, John (1989). The success and failure of Picasso. Pantheon Books. ISBN 9780679722724. http://books.google.com/books?id=5T1QAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Cirlot, Juan Eduardo (1972). Picasso, birth of a genius. প্ৰকাশক New York and Washington: Praeger. http://books.google.com/books?id=MvjVAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Cowling, Elizabeth; Mundy, Jennifer (1990). On classic ground: Picasso, Léger, de Chirico and the New Classicism, 1910–1930. প্ৰকাশক London: Tate Gallery. ISBN 9781854370433. http://books.google.com/books?id=M-_pAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Daix, Pierre (1994). Picasso: life and art. Icon Editions. ISBN 9780064302012. http://books.google.com/books?id=hYymPwAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- FitzGerald, Michael C. (1996). Making modernism: Picasso and the creation of the market for twentieth-century art. প্ৰকাশক Berkeley: University of California Press. ISBN 9780520206533. http://books.google.com/books?id=fj2wtVCWkMoC। আহৰণ কৰা হৈছে: 8 October 2010.
- Granell, Eugenio Fernández (1981). Picasso's Guernica: the end of a Spanish era. প্ৰকাশক Ann Arbor, Mich.: UMI Research Press. ISBN 9780835712064. http://books.google.com/books?id=IlRQAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Krauss, Rosalind E. (1999). The Picasso papers. MIT Press. ISBN 9780262611428. http://books.google.com/books?id=pqXqbN4XUhcC। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2003). The visual grammar of Pablo Picasso. প্ৰকাশক New York: Peter Lang. ISBN 9780820456928. http://books.google.com/books?id=EJAVAQAAIAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2005). La sintaxis de la carne: Pablo Picasso y Marie-Thérèse Walter. প্ৰকাশক Santiago de Chile: Red Internacional del Libro. ISBN 9789562844550. http://books.google.com/books?id=EXoA4M1LnSkC। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2009). A Concordance of Pablo Picasso's Spanish Writings. প্ৰকাশক New York: Edwin Mellen Press. ISBN 9780773447134. http://books.google.com/books?id=NvltPgAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2010). A Concordance of Pablo Picasso's French Writings. প্ৰকাশক New York: Edwin Mellen Press. ISBN 9780773413252. http://www.mellenpress.com/mellenpress.cfm?bookid=8152&pc=9। আহৰণ কৰা হৈছে: 8 October 2010.
- Nill, Raymond M. “A Visual Guide to Pablo Picasso’s Works”. New York: B&H Publishers, 1987.
- Picasso, Olivier Widmaier (2004). Picasso: the real family story. Prestel. ISBN 9783791331492. http://books.google.com/books?id=HNVPAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Rubin, William (1981). Pablo Picasso: A Retrospective. Little Brown & Co. ISBN 9780316707039. http://books.google.com/books?id=8RRMPgAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Wattenmaker, Richard J. (1993). Great French paintings from the Barnes Foundation: Impressionist, Post-impressionist, and Early Modern. প্ৰকাশক New York: Alfred A. Knopf. ISBN 9780679409632. http://books.google.com/books?id=wq_WAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Wertenbaker, Lael Tucker (1967). The world of Picasso (1881– ). Time-Life Books. http://books.google.com/books?id=vNbqAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
|
---|
সাধাৰণ | |
---|
ৰাষ্ট্ৰীয় পুথিভঁৰাল | |
---|
আৰ্ট গেলেৰী আৰু সংগ্ৰহালয় | |
---|
কলা গৱেষণা প্ৰতিষ্ঠান | |
---|
বৈজ্ঞানিক ডাটাবেচ | |
---|
অন্যান্য | |
---|
বহিঃ সংযোগ
ৰচনা
সংগ্ৰহালয়
- Guggenheim Museum Biography Archived 2008-10-24 at the Wayback Machine
- Hilo Art Museum, (Hilo Hawaii, USA) Archived 2013-02-18 at the Wayback Machine
- Honolulu Academy of Arts Archived 2012-02-10 at the Wayback Machine
- Metropolitan Museum of Art (New York, USA)
- Musée National Picasso (Paris, France) Archived 2005-08-30 at the Wayback Machine
- Musée Picasso (Antibes, France) Archived 2008-11-03 at the Wayback Machine
- Museo Picasso Málaga (Málaga, Spain)
- Museu Picasso (Barcelona, Spain)
- Fundació Palau (Caldes d'Estrac, Barcelona, Spain).
- Museum Berggruen (Berlin, Germany) Archived 2011-04-30 at the Wayback Machine
- পাব্ল' পিকাছ' at the Museum of Modern Art
- National Gallery of Art list of paintings
- Graphikmuseum Pablo Picasso Münster (Münster, Germany)
- Los Angeles County Museum of Art (LACMA) (Los Angeles, California) Archived 2011-08-11 at the Wayback Machine
- Sammlung + Picasso Donation Rosengart (Lucerne, Switzerland)
|