নাৰীত্বহ'ল নাৰীৰ বৈশিষ্ট্য, আচৰণ তথা সাধাৰণত মহিলা তথা ছোৱালী সকলৰে সম্পৰ্কিত ভূমিকা সমূহৰ এটি সংহতি। নাৰীত্ব সামাজিকভাবে নিৰ্মিত[1]হলেও কিছুমান গৱেষণাই ইংগিত দিয়ে যে স্ত্ৰী হিচাপে বিবেচিত কিছু আচৰণ জৈৱিকভাবে প্রভাৱিত।[1][2][3][4] অৱশ্যে পুৰুষ আৰু নাৰী উভয়ে নাৰীত্ব প্ৰদৰ্শন কৰিব পাৰে।