জগদীশ সিং খেহৰ
ন্যায়ধীশ জগদীশ সিং খেহৰ (ইংৰাজী: Jagdish Singh Khehar; জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ।[1][2] তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা খেহৰ শিখ সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি। শিক্ষা১৯৭৪ চনত চণ্ডীগড়ৰ ৰয়েল কলেজৰূ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেওঁ চণ্ডীগড়ৰে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৭ চনত আইন বিভাগত স্নাতক আৰু ১৯৭৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3] ভাল ফলাফলৰ বাবে খেহৰে বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক লাভ কৰে। কৰ্ম জীৱনঅধিবক্তা হিচাপে
ন্যায়ধীশ হিচাপে
তথ্যউৎস
|