এই ছবিখন হৈছে কিতাপৰ বেটুপাত আৰু ইয়াৰ স্বত্বাধিকাৰ সম্ভৱতঃ বেটুপাত সৃষ্টি কৰা শিল্পী বা কিতাপখনৰ প্ৰকাশকৰ ওচৰত আছে। এইটো বিশ্বাস কৰা হয় যে কিতাপৰ বেটুপাতৰ নিম্ন-ৰিজলিউশ্বন ছবি
- কিতাপখনৰ বিষয়ে আলোচনা কৰা এটা প্ৰবন্ধত বৰ্ণনা কৰিবলৈ কৰা ব্যৱহাৰ
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্ভাৰৰ অলাভজনক ৱিকিমিডিয়া ফাউণ্ডেচনৰ অসমীয়া ৱিকিপিডিয়াত কৰা ব্যৱহাৰ,
আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বত্বাধিকাৰ আইনৰ অধীনত উপযুক্ত ব্যৱহাৰৰ বাবে যোগ্য। এই ছবিখনৰ অন্যান্য ব্যৱহাৰ, ৱিকিপিডিয়া বা আন কোনো ঠাইত কৰা ব্যৱহাৰ কৰাটো স্বত্বাধিকাৰ উলংঘন কৰা হ'ব পাৰে। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:অ-মুক্ত সমল চাওক।
আপলোডকৰ্তালৈ: অনুগ্ৰহ কৰি প্ৰতিটো ব্যৱহাৰৰ বাবে ৱিকিপিডিয়াৰ অ-মুক্ত ব্যৱহাৰযুক্তি নিৰ্দেশনাত বৰ্ণনা কৰা অনুসৰি এক বিতং উপযুক্ত ব্যৱহাৰৰ যুক্তি যোগ দিয়ক, লগতে কামৰ উৎস আৰু কপিৰাইট তথ্য উল্লেখ কৰক। অনুগ্ৰহ কৰি আপুনি ব্যৱহাৰ কৰা নিৰ্দিষ্ট সংস্কৰণৰ (প্ৰকাশক, বজাৰ আৰু প্ৰকাশন বৰ্ষ) বিৱৰণসমূহ আপোনাৰ উপযুক্ত ব্যৱহাৰৰ যুক্তিৰ বিৱৰণত অন্তৰ্ভুক্ত কৰক, আৰু যদি সেই সংস্কৰণত কোনো শিল্পীৰ নাম উল্লেখ কৰা আছে তেনেহ'লে সেই বেটুপাত শিল্পীৰ নাম উল্লেখ কৰক। যদি কিতাপৰ বেটুপাত ৰাজহুৱা ডমেইনত আছে (ৱিকিপিডিয়া:ৰাজহুৱা ডমেইন চাওক), তেনেহ'লে ইয়াৰ সলনি উপযুক্ত ৰাজহুৱা ডমেইন টেগ ব্যৱহাৰ কৰক। |