কুলূঈকুলূঈ বা কুলৱী (টাকৰী লিপিত: 𑚊𑚰𑚥𑚷𑚱𑚃/𑚊𑚰𑚥𑚷𑚱𑚦𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। ধ্বনিতত্ত্ব
লিপি
এই ভাষা টাকৰী লিপিত লিখা হয়। স্থিতিকুলূঈ ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে লুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল, কুলূঈ শিশুৱে এই ভাষাক মাতৃভাষা হিচাপে নিশিকা হৈছে।[6] টোকা
গ্ৰন্থৰ তালিকা
|