কামৰূপ একাডেমী১৯৩৫ চনৰ ১৫ জুলাইত কামৰূপ একাডেমী স্থাপিত হৈছিল। বৃটিছ বিদ্যালয়ৰ প্ৰতিবাদ স্বৰূপে অসমৰ (উত্তৰ-পূবৰ) প্ৰথম স্বদেশী বিদ্যালয় হিচাপে কামৰূপ একাডেমী গঢ় লৈ উঠিছিল। প্ৰতিষ্ঠা কালত একাডেমী খনৰ সভাপতি আছিল ৰায় বাহাদুৰ কালিচৰণ সেনগুপ্ত আৰু সম্পাদক আছিল গৌৰীকান্ত তালুকদাৰ।[1] তথ্য সংগ্ৰহ
|