আৱেস্তা ভাষা
অৱেস্তা ভাষা ( ইংৰাজী: Avestan language ) বা আভেস্তান /əˈvɛstən/, [1] এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে। ধৰ্মীয় কাম-কাজৰ বাহিৰেও বাকী সকলো ক্ষেত্ৰতে ইছলামৰ বহু শতিকাৰ আগতে ইৰাণত আৱেস্তা ভাষা নোহোৱা হৈ গৈছিল। তথ্যসূত্ৰ
|