অৱনীন্দ্ৰনাথ ঠাকুৰ (বঙালী: অবনীন্দ্ৰনাথ ঠাকুৰ); (ইংৰাজী: Abanindranath Tagore) (৭ আগষ্ট, ১৮৭১ - ৫ ডিচেম্বৰ, ১৯৫১) হ'ল আধুনিক ভাৰতীয় চিত্ৰকলাৰ প্ৰাণ পুৰুষ তথা ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট (ইংৰাজী: Indian Society of Oriental Art)ৰ সৃষ্টিকৰ্তা। অৱনীন্দ্ৰনাথ ঠাকুৰ চিত্ৰশিল্পীৰ উপৰি এজন ভাল লেখক ও আছিল। অৱনীন্দ্ৰনাথ ঠাকুৰৰ ছবিত ইউৰোপীয় ছবিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ১৯০৭ খৃষ্টাব্দত তেখেতে বেংগল স্কুল অৱ আৰ্ট প্ৰতিষ্ঠা কৰে। ছবি অঁকাৰ উপৰিও তেখেতে বহুতো কাহিনী ৰচনা কৰিছিল। তেখেতে অঁকা শেষ ছবিখন হ'ল “সন্মুখত শান্তিৰ পাৰাপাৰ”।
ব্যক্তিগত জীৱন
চিত্ৰকৰ্ম
চিত্ৰবোৰৰ তালিকা
- Asoka's Queen (1910)
- Bharat Mata (1871–1951)
- fairyland illustration (1913)
- Ganesh Janani (1908)
- Aurangzeb examining the head of Dara (1911)
- Avisarika (1892)
- Baba Ganesh (1937)
- Banished Yaksha (1904)
- Birds and Animals series (1915)
- Buddha and Sujata (1901)
- Chaitanya with his followers on the sea beach of Puri (1915)
- End of Dalliance (1939)
- Illustrations of Omar Khayyam (1909)
- Kacha and Devajani (1908)
- Krishna Lal series (1901 to 1903)
- Moonlight Music Party (1906)
- Moonrise at Mussouri Hills (1916)
|
- Passing of Shah Jahan (1900)
- Poet's Baul-dance in Falgurni (1916)
- Pushpa-Radha (1912)
- Radhika gazing at the portrait of Sri Krishna (1913)
- Shah Jahan Dreaming of Taj (1909)
- Sri Radha by the River Jamuna (1913)
- Summer, from Ritu Sanghar of Kalidasa (1905)
- Tales of Arabian Nights (1928)
- Temple Dancer (1912)
- The Call of the Flute (1910)
- The Feast of Lamps (1907)
- The Last Journey (1914)
- Veena Player (1911)
|
আৰ্ট গেলেৰি
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ