অসম চাৰু-কাৰু কলা পৰিষদ
ইতিহাস১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠিত হৈছিল। অসমৰ বিশিষ্ট সাধক শিল্পী নীলপৱন বৰুৱাই লিখিছিল, “জজ খেলপথাৰৰ প্ৰায় মাজতে থকা এৰাপৰণীয়া ঘৰটোত আমি সোমালোহি এসত্তৰ চনৰ তিনি নবেম্বৰ তাৰিখে। নবেম্বৰৰ ১৪ তাৰিখে সেই ঘৰটোতে আমাৰ শিশু চিত্ৰকলাৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰি ১৩ নবেম্বৰ তাৰিখে ছবিবোৰ সজাবলৈ ল’লো সোণাৰাম নাথ আৰু মই।”[1] তথ্য সংগ্ৰহ
|