অসমীয়া জাতীয় অভিধান
অসমীয়া জাতীয় অভিধান এখন সামুদায়িক অভিধান[1]। ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে। ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ (চাদ্ৰী) ভাষাৰো বহু শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিধানত জনজাতীয়, অনা-সংস্কৃতমূলৰ পৰা অহা শব্দবোৰও যথোচিত গুৰুত্ব পাইছে।
তথ্য সংগ্ৰহ |